Situation Under Control in Runikhata Chirang After Violence, 4 Arrested

চিৰাং জিলাৰ ৰুণিখাতৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন

চিৰাং জিলাৰ ৰুণিখাতৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন। নিৰাপত্তা ৰক্ষীৰ পৰা অস্ত্ৰ কাঢ়ি নিয়াৰ অভিযোগত চাৰিজন লোকক গ্ৰেপ্তাৰ।সমগ্ৰ বি টি আৰত আন্দোলন কৰাৰ কথা ঘোষণা অল আদিবাসী ষ্টুডেণ্টছ এছ’চিয়েচন আৰু অল সান্তাল ষ্টুডেণ্টছ…

1500 Performers Create Bihu Dance Record in India Book of Records

ডেৰ হাজাৰ নাচনীয়ে গঢ়িলে বিহু নাচৰ ৰেকৰ্ড

ইণ্ডিয়া বুক অফ ৰেকৰ্ড গঢ়িলে ডেৰ হাজাৰ ঢুলীয়া, নাচনীয়ে। একেলগে বিহু নাচি মুগ্ধ কৰিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ প্ৰতিনিধিক।-Bihu Dance Record India Book of Records

Poor HSLC Result Assam 2026 Sparks Public Outrage in Nagaon School

মেট্ৰিকৰ শোচনীয় ফলাফলৰ বাবে প্ৰধান শিক্ষকক জবাবদিহি কৰিলে ৰাইজে

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় ফালফল এখন চৰকাৰী বিদ্যালয়ত। ক্ষুব্ধ অভিভাৱক, ৰাইজে জবাবদিহি কৰিলে প্ৰধান শিক্ষকক।- HSLC Result Assam 2026

Rongali Bihu Celebration in Nagaon: DC Joins Students in Bihu Dance at Christjyoti School

ছাত্ৰ ছাত্ৰীৰ সৈতে জিলা আয়ুক্তই বিহু নাচি ৰঙালী উদযাপন নগাঁৱৰ খ্ৰীষ্টজ্যোতি স্কুলত

নগাঁও খ্ৰীষ্টজ্যোতি স্কুলত উদযাপন ৰঙালী বিহু। এহেজাৰ ছাত্ৰ ছাত্ৰীৰ সৈতে বিহু নাচি ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ৰঙালী উদযাপন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ। উখল মাখল পৰিৱেশ নগাঁৱৰ খ্ৰীষ্টজ্যোতি স্কুলত।-Rongali Bihu Celebration Nagaon

Asha Bhosle Death: Legendary Singer Passes Away at 92

দেশৰ সংগীত জগতক শোক সাগৰত ডুবাই গুচি গ’ল কুকিলকণ্ঠী গায়িকা আশা ভোছলে

৯২ বছৰত মহাপ্ৰয়াণ সুকণ্ঠী গায়িকা আশা ভোছলেৰ। মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ পদ্ম বিভূষণ সন্মানেৰে সন্মানিত শিল্পীগৰাকীৰ।-Asha Bhosle Death

Journalists Protest in Nagaon Over Assam Media Attack

অসমীয়া প্ৰতিদিনৰ কাৰ্যালয় আক্ৰমণৰ বিৰুদ্ধে নগাঁৱত সাংবাদিকৰ প্ৰতিবাদ

লখিমপুৰত অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত আক্ৰমণ। দুস্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তিমুলক ব্যৱস্থা গ্ৰহণৰ দাবী। গৰজি উঠিছে সাংবাদিক সংগঠন।-Assam Media Attack Protest

Assam HSLC Result 2026: Mahin Sultana Scores 100 in Assamese, Juriya Schools Shine

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিভাগত ১০০ নম্বৰেৰে উজ্বলিল মাহীন চুলতান‌

এশ শতাংশৰে উজলিল জুৰীয়াৰ এক্সেল ভিজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। শংকৰ -আজান বিদ্যাপীঠৰ মেধাৱী ছাত্ৰী মাহীন চুলতান‌ৰ অসমীয়া বিভাগত ১০০ নম্বৰ লাভ।-Assam HSLC Result 2026

HSLC Result Nagaon 2026: DC Devashish Sharma Congratulates Successful Students

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক অভিনন্দন জনালে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই

নগাঁও জিলাৰ উত্তীৰ্ণৰ হাৰ ৬৩.৫৭ শতাংশ। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জনালে অভিনন্দন।- HSLC Result Nagaon 2026

Nagaon Records 88.44% Voting in Peaceful Assembly Elections 2026

নগাঁৱত শান্তিপূৰ্ণভাৱে সম্পন্ন ভোটদান, ক’ত কিমান শতাংশ হৈছে ভোটদান?

নগাঁও জিলাত ৮৮.৪৪ % ভোটদান, শান্তিপূৰ্ণভাবে সম্পন্ন। নিৰ্বাচন কেন্দ্ৰত ডাঙৰ পৰ্দাত আইপিএল খেল। -Nagaon Voting Percentage 2026

Nagaon Election 2026: Polling Teams Dispatched to 1,868 Booths

নগাঁৱৰ তিনিটাকৈ কেন্দ্ৰৰ পৰা ভোটগ্ৰহণৰ সামগ্ৰী লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ বিষয়াৰ দল

ভোটগ্ৰহণ বাবে সম্পূৰ্ণ সাজু নগাঁও জিলা প্ৰশাসন। নগাঁৱৰ ১৮৬৮ টা ভোটকেন্দ্ৰৰ বাবে নিয়োগ মুঠ ৮,২২১ গৰাকী পলিং, প্ৰিজাইডিং বিষয়া। শান্তিপূৰ্ণ ভোটগ্ৰহণৰ বাবে গ্ৰহণ কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। -Nagaon Election…

Nagaon Administration Pays Tribute to CRPF Jawan Who Died on Duty

কৰ্তব্যৰত অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটা আৰক্ষী জোৱানলৈ নগাঁও প্ৰশাসনৰ শ্ৰদ্ধাঞ্জলি

কৰ্তব্যৰত অৱস্থাত আৰক্ষা জোৱানৰ মৃত্যু। পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন নগাঁও জিলা প্ৰশাসনৰ।- Police Duty Death Assam