বিহুনাচেৰে উৎসৱমুখৰ পৰিবেশেৰে নেহেৰুবালিৰ পৰা ১৮৬৮ কেন্দ্ৰলৈ ৰাওনা বিষয়া, কৰ্মচাৰী
নগাঁৱত জিলা আয়ুক্তই গামোচা পিন্ধাই বিদায় দিলে ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীক। বিহুনাচেৰে নেহেৰুবালিত উৎসৱমুখৰ পৰিবেশ, ১৮৬৮ কেন্দ্ৰত গৈ হাজিৰ ভোটগ্ৰহণকাৰীৰ দল।-Polling Teams Deployment Nagaon
নিৰ্বাচনী সতৰ্কতা- নগাঁৱত ৰাজপথত সদলবলে ডিচি-এছপিৰ পদ-যাত্ৰা
স্বচ্চ আৰু শংকামুক্ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে তৎপৰ নগাঁও জিলা প্ৰশাসন। নগাঁও বটদ্ৰৱা সমষ্টিৰ ৰাজপথত সদলবলে ডিচি-এছপিৰ পদ-যাত্ৰা।- Nagaon Election Security March
ঘৰে ঘৰে গৈ ভোটগ্ৰহণত নগাঁও ৰাজ্যৰ ভিতৰত শীৰ্ষত
নগাঁৱত সম্পন্ন ঘৰে ঘৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ঘৰে ঘৰে গৈ ভোটগ্ৰহণত ৰাজ্যৰ ভিতৰত শীৰ্ষত নগাঁও।- Nagaon Home Voting
ৰূপহীহাট সমষ্টিৰ দ্বিতীয়গৰাকী বিধায়ক আবু নছৰ ৱহিদৰ বিষয়ে জানক
মহম্মদ ইদ্ৰিছৰ পাছত ৰূপহীহাট সমষ্টিৰ পৰা নিৰ্বচিত হোৱা দ্বিতীয়গৰাকী বিধায়কৰ বিষয়ে আপুনি জানেনে? ৰূপহীহাট সমষ্টিৰ দ্বিতীয়গৰাকী বিধায়কৰ বিষয়ে জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন।- Abu Nasar Wahid
বিজয়ী হ’লেই মন্ত্ৰিত্ব লাভ কৰিব প্ৰাক্তন সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে!
বিজয়ী হ'লেই মন্ত্ৰিত্ব লাভ কৰিব প্ৰাক্তন সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে! দিছপুৰ সমষ্টিৰ উন্নয়নৰ বাবে পৰিকল্পনা যুগুত। বৃত্তিমুখী শিক্ষা, বান মুক্ত দিছপুৰ, চিকিৎসা সাহায্য আদি বিভিন্ন বিষয় সন্নিবিষ্ট আছে পৰিকল্পনাত।- Dispur Election…
বঢ়মপুৰত ঘৰে ঘৰে ভোটদান প্ৰক্ৰিয়াত উপস্থিত সাধাৰণ পৰ্যবেক্ষক
নগাঁৱত ঘৰে ঘৰে ভোটদান প্ৰক্ৰিয়া। ঘৰে ঘৰে ভোটদান প্ৰক্ৰিয়া পৰ্যবেক্ষণৰ কৰে সাধাৰণ পৰ্যবেক্ষকে।-Home Voting Process Assam
নগাঁও জিলাত মাছ ধৰা-বিক্ৰিত নিষেধাজ্ঞা
নগাঁৱত এতিয়া মন গলেই ধৰিব নোৱাৰিব যিকোনো মাছ। মাছ ধৰাৰ ক্ষেত্ৰত জাৰি কৰা হৈছে কেতবোৰ নিষেধাজ্ঞা।- Fish Catching Ban Nagaon
লাহৰীঘাট আৰু ধিং সমষ্টিৰ প্ৰথমগাৰকী বিধায়কৰ বিষয়ে জানেন?
লাহৰীঘাট বিধানসভা সমষ্টিৰ লগতে ধিং বিধানসভা সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক কোন আছিল আপুনি জানেনে? স্বাধীনতাৰ পাছত ১৯৫২ ৰ প্ৰথমটো নিৰ্বাচনত লাহৰীঘাট সমষ্টিৰ পৰা বিধায়ক হোৱা একেজন ব্যক্তিয়েই ধিং সমষ্টিৰ পৰাও প্ৰথম…
মৈৰাবাৰী -উদমাৰীত এ আই ইউ ডি এফ দলৰ হৈ আছাউদ্দিন ওৱেচিৰ নিৰ্বাচনী প্ৰচাৰ
মৈৰাবাৰী -উদমাৰীত এ আই ইউ ডি এফ দলৰ হৈ আছাউদ্দিন ওৱেচিৰ নিৰ্বাচনী প্ৰচাৰ। সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে ভোট দি এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ আহ্বান। কংগ্ৰেছ ,…
নগাঁৱৰ ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীৰ চূড়ান্ত প্ৰশিক্ষণ
নগাঁও জিলাৰ ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীৰ চূড়ান্ত প্ৰশিক্ষণ আৰম্ভ। ৫ কেন্দ্ৰত ভাগ লৈছে ৮২২০ পোলিং -প্ৰিজাইডিং বিষয়াই। নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ জিলা আয়ুক্তৰ আহ্বান।-Polling Officers Training Nagaon
ইভিএম বিতৰণ প্ৰক্ৰিয়া সম্পন্ন
ইভিএম বিতৰণ প্ৰক্ৰিয়া সম্পন্ন ।স্বীকৃত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত সম্পাদন। নিৰপেক্ষতা আৰু স্বচ্ছতাত গুৰুত্ব আয়োগৰ।-EVM Distribution Process Completed
নগাঁৱত আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া
বয়োজ্যেষ্ঠ নাগৰিকৰ লগতে বিশেষভাৱে সক্ষম নাগৰিকৰ ভোটগ্ৰহণৰ বাবে ঘৰে ঘৰে উপস্থিত ভোটগ্ৰহণৰ বিষয়া, কৰ্মচাৰী। পুৱাই জিলা আয়ু্ক্তই তদাৰক কৰি ঘৰে ঘৰে প্ৰেৰণ কৰে বিষয়া, কৰ্মচাৰীৰ দল।- Home Voting Nagaon











