Assam Opposition Alliance: Signs of Understanding Between Akhil Gogoi and Gaurav Gogoi

অখিল-গৌৰৱৰ বুজাবুজি! বিৰোধী ৰাজনীতিত নতুন সমীকৰণ !

কংগ্ৰেছ-ৰাইজৰ দলৰ মাজত বুজাবুজি! দুই দলৰ প্ৰাৰ্থী তালিকাই বহন কৰিছে বুজাবুজিৰ ইংগিত। বিপক্ষক বিভ্ৰান্ত কৰিবলৈ নিৰ্বাচনী ৰণকৌশল নেকি? ধিং সমষ্টিও এৰি দিব ৰাইজৰ দলক। গৌৰৱৰ প্ৰতি আছে অখিল গগৈৰ সহানুভূতি।…

India Assembly Elections 2026 Schedule Announced for Assam, Kerala, Tamil Nadu, West Bengal and Puducherry

দেশৰ চাৰি ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনৰ দিন ঘোষণা

দেশৰ চাৰি ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনৰ দিন ঘোষণা। পশ্চিম বংগত ২৩ আৰু ২৯ এপ্ৰিলত দুটা পৰ্যায়ত বিধানসভা নিৰ্বাচন। পুডুচেৰী, কেৰালা আৰু অসমত ৯ এপ্ৰিলত ভোট গ্ৰহণ। তামিলনাডুত…

Maulvi Mohammad Amir Uddin: The Pre-Independence Deputy Speaker of Assam Legislative Assembly

স্বাধীনতাৰ পূৰ্বেই অসম বিধানসভাৰ উপাধ্যক্ষৰ দায়িত্ব লাভ কৰা আমিৰ উদ্দিনৰ বিষয়ে জানো আহক

স্বাধীনতাৰ পূৰ্বেই অসম বিধানসভাৰ উপাধ্যক্ষ আছিল মৌলবী মহম্মদ আমিৰ উদ্দিন। ১৯৩৭ চনত পূৱ নগাঁও সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা আমিৰ উদ্দিনৰ বিষয়ে জানিবলৈ পঢ়ক এই বিশেষ প্ৰতিবেদন।-Maulvi Mohammad Amir Uddin

PM Narendra Modi Lays Foundation Stone of Guwahati–Silchar High-Speed Corridor

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৱাহাটী–শিলচৰ হাইস্পীড কৰিড’ৰৰ ভূমি পূজন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৱাহাটী–শিলচৰ হাইস্পীড কৰিড’ৰৰ ভূমি পূজন। য'তেই কংগ্ৰেছীসকলৰ মগজুৰ তলা য'ত বন্ধ হৈ পৰে, তাতেই আমাৰ কামৰ আৰম্ভণি ঘটেঃ প্ৰধানমন্ত্ৰী মোদী।- Guwahati–Silchar High-Speed Corridor

স্বাধীনতাৰ পূৰ্বেই দুবাৰকৈ বিধায়ক নিৰ্বাচিত হৈ লোকসেৱক উপাধি লাভ কৰা হলধৰ ভূঞাৰ বিষয়ে জানো আহক

বৃটিছ শাসনকালতেই দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ লোকসেৱক উপাধি লাভ কৰিছিল নগাঁৱৰ হলধৰ ভূঞা। নগাঁও জিলা কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি হলধৰ ভূঞাই গোপীনাথ বৰদলৈ মন্ত্ৰীসভাত মন্ত্ৰীত্বৰ আমন্ত্ৰণ পায়ো প্ৰত্যাখান কৰি জনতাৰ…

ইনডৰ ষ্টেডিয়াম উদ্বোধন কৰিবলৈ আহি জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত প্ৰশ্নৰ সন্মুখীন কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা

ইনডৰ ষ্টেডিয়াম উদ্বোধন কৰিবলৈ আহি জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত প্ৰশ্নৰ সন্মুখীন কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা । জুবিন গাৰ্গৰ ন্যায় কাৰ্যপালিকাই দিব নোৱাৰে, ন্যায় পালিকাই দিবঃ মাৰ্ঘেৰিটা। অখিল গগৈ, লুৰিণজ্যোতি গগৈকো…

Cyber Criminals Exploit LPG Cylinder Shortage Scam to Target Consumers

ৰন্ধন গেছৰ নাটনিক কেন্দ্ৰ কৰি সক্ৰিয়হৈ পৰিছে চাইবাৰ অপৰাধী

ৰন্ধন গেছৰ নাটনিক কেন্দ্ৰ কৰি সক্ৰিয়হৈ পৰিছে চাইবাৰ অপৰাধী। কলিকতাত সংঘটিত হৈছে এনেধৰণৰ ঘটনা। সতৰ্ক কৰিলে কলিকতা আৰক্ষীৰ চাইবাৰ শাখাই।- LPG Cylinder Shortage Scam

Nagaon Administration Cracks Down on Domestic LPG Misuse in Commercial Establishments

ব্যৱসায়ীক প্ৰতিষ্ঠানত ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰৰ বিৰুদ্ধে কঠোৰ নগাঁও জিলা আয়ুক্ত

ব্যৱসায়ীক প্ৰতিষ্ঠানত ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰৰ বিৰুদ্ধে কঠোৰ নগাঁও জিলা আয়ুক্ত। বটদ্ৰৱাৰ আলিপুখুৰী ৰেষ্টুৰেণ্টত জিলা প্ৰশাসনৰ অভিযান। তিনিটা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ। ৰেষ্টুৰেণ্টৰ গৰাকী আৰু প্ৰৱন্ধকৰ বিৰুদ্ধে গোচৰ ৰুজু।-…

Progressive Women Farmers Felicitated on International Women’s Day in Nagaon

নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰগতিশীল মহিলা-কৃষক-উৎপাদকক বিশেষ সম্বৰ্দ্ধনা

নগাঁৱত প্ৰগতিশীল মহিলা-কৃষক-উৎপাদকক বিশেষ সম্বৰ্দ্ধনা জিলা প্ৰশাসনৰ। নাৰীসকলক নিজ ৰুচি অনুসৰি উৎপাদনশীল কামত জড়িত হোৱাৰ আহ্বান দেৱাশীষ শৰ্মাৰ।-International Women’s Day Nagaon

Abhi Neel Murder Case Verdict Expected on April 6 in Nagaon Court

৬ এপ্ৰিলত কি হ’ব অভি নীল হত্যাকাণ্ডৰ গোচৰৰ ৰায়দান ?

অৱশেষত চূড়ান্ত হোৱাৰ দিশে আগবাঢ়িছে অভি নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। অভি নীলৰ পৰিয়ালে বিচাৰিছে দৃষ্টান্তমূলক শাস্তি। অভিযুক্ত পক্ষৰ অধিবক্তাই বিচাৰিছে ৰেহাই। কি হ’ব ৰায়দান?-Abhi Neel Murder Case

Assam Education Transfer order issued by state education department

ৰাজ্যৰ শিক্ষা বিভাগত ব্যাপক সালসলনি; বহু কেইগৰাকী শিক্ষা বিষয়াক বদলি

অসম চৰকাৰৰ শিক্ষা বিভাগত ব্যাপক বদলি(Assam Education Transfer)। বহুকেইগৰাকী জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু শিক্ষা বিষয়াক নতুন দায়িত্ব দিয়া হৈছে। জানক কোন বিষয়া কোন জিলালৈ বদলি হ’ল।