গুৱাহাটী: শেহতীয়াকৈ ১২ গৰাকীকৈ বিধায়কে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সদস্য হিচাপে শপতগ্ৰহণ কৰাৰ পাছত সোমবাৰে বিতৰণ কৰে দপ্তৰ। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰি প্ৰকাশ কৰিছে তালিকা (Assam Cabinet Portfolio Allocation 2026) । নতুন মন্ত্ৰীসভাত বিভিন্ন গুৰুত্বপূৰ্ণ দপ্তৰসমূহ নতুন মন্ত্ৰীসকলৰ মাজত বিতৰণ কৰা হয়।
মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণৰ তালিকা:
১. ড° হিমন্ত বিশ্ব শৰ্মাঃ মুখ্যমন্ত্ৰী, গৃহ আৰু ৰাজনৈতিক। লগতে
লোকনিৰ্মাণ বিভাগ (গৃহ),
লোকনিৰ্মাণ বিভাগ (পথ),
বিদ্যুৎ,
তথ্য আৰু জনসংযোগ, প্ৰিন্টিং আৰু ষ্টেশনাৰী
অন্য কোনো মন্ত্ৰীক অৰ্পণ নকৰা যিকোনো দপ্তৰ।
২. অশ্বিনী ৰায় সৰকাৰঃ
- সামাজিক ন্যায় আৰু সৱলীকৰণ,
ভূমি সংৰক্ষণ,
সংখ্যালঘু কল্যাণ আৰু উন্নয়ন
৩. অশোক সিংহালঃ
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,
চিকিৎসা শিক্ষা আৰু
গৱেষণা
৪. বিমল বৰাঃ
সাংস্কৃতিক পৰিক্ৰমা,
উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ,
এক্ট ইষ্ট নীতি পৰিক্ৰমা বিভাগ।
৫. বিশ্বজিৎ দৈমাৰীঃ
হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম,
ক্ৰীড়া আৰু যুৱ কল্যাণ,
দক্ষতা, নিয়োগ আৰু উদ্যোগীতা,
আদিবাসী আৰু জনজাতীয় ধৰ্ম আৰু সংস্কৃতি।
৬. জয়ন্ত মল্লবৰুৱাঃ
- বিত্ত,
পৰিৱেশ আৰু বন,
খনি আৰু খনিজ সম্পদ
৭. কৌশিক ৰায়ঃ
- খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা,
আবাস আৰু নগৰ উন্নয়ন,
সহকাৰীতা।
৮. কেশৱ মহন্তঃ
ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা,
বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন,
সাধাৰণ পৰিচালনা
৯. কৃষ্ণেন্দু পালঃ
ৰাজহুৱা স্বাস্থ্য প্ৰকৌশল,
পৰ্বতীয় অঞ্চল,
বৰাক উপত্যকা উন্নয়ন
১০. নীলিমা দেৱীঃ
- পশুপালন আৰু পশু চিকিৎসা,
- মৎস্য।
১১. পীয়ুষ হাজৰিকাঃ
- কৃষি,
- জলসিঞ্চন,
সংসদীয় পৰিক্ৰমা বিভাগ।
১২. ড° ৰণোজ পেগুঃ
শিক্ষা,
- উচ্চ শিক্ষা,
- সমতল জনজাতীয় পৰিক্ৰমা,
- তথ্য প্ৰযুক্তি বিভাগ।
১৩. সুশান্ত বৰগোহাঁইঃ
- জল সম্পদ বিভাগ।
উল্লেখযোগ্য যে, প্ৰথম পৰ্যায়ত শপতগ্ৰহণ কৰা চাৰিগৰাকীকৈ মন্ত্ৰীক পূৰ্বে ই দপ্তৰ প্ৰদান কৰা হৈছিল।
লগতে পঢ়কঃ নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনকলৈ তৎপৰ বিজেপি

