কোটিপতি হবলৈ গৈ অৱশেষত ACS ৰ চাকৰি হেৰুৱালে সুকন্যা বৰাই (Sukanya Bora ACS Corruption Case)
Sukanya Bora ACS Corruption Case: দুৰ্নীতি কৰি কোটিপতি হবলৈ গৈ অৱশেষত ACS ৰ চাকৰি হেৰুৱালে সুকন্যা বৰাই। সাংসদ পুঁজিৰ ধন আত্মসাতসহ একাধিক অভিযোগত বিভাগীয় তদন্তৰ অন্তত বৰ্খাস্ত কৰা হয় তদানীন্তন…











