ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত Zubeen Garg Statue : হৃদয়ত জীয়াই আছে প্ৰাণৰ শিল্পী
গুৱাহাটীৰ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় চৌহদত উন্মোচন কৰা হ’ল Zubeen Garg Statue। প্ৰায় দহ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰসহ বহু বিশিষ্ট ব্যক্তি।











