শীৰ্ষ সংবাদ

Assam Congress Faces Internal Rift Over Rezaul Karim Controversy

ৰেজাউল কৰিম সৰকাৰক লৈ বিভাজনৰ দিশে অসম কংগ্ৰেছ

ৰেজাউল কৰিমক লৈ স্পষ্ট কংগ্ৰেছৰ বিভাজন। দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈৰ বিপৰীত স্থিতিত নুৰুল হুদা। দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীৰ এজেন্ট আখ্যা দিয়া ৰেজাউল কৰিমৰ পক্ষত নুৰুল হুদা। Rezaul Karim Congress controversy Assam

FIFA World Cup Trophy displayed at Barsapara Stadium Guwahati

গুৱাহাটীত ফিফা বিশ্বকাপ ট্ৰফী: অসমৰ ক্ৰীড়া ইতিহাসত এক ঐতিহাসিক ক্ষণ

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হ'ল ফিফা বিশ্বকাপ ট্ৰফী। অসমৰ ফুটবলপ্ৰেমীৰ বাবে এক ঐতিহাসিক মুহূৰ্ত।- FIFA World Cup Trophy Guwahati

Sarbananda Sonowal BJP influence in Assam politics

ৰাজ্যিক বিজেপিত প্ৰভাৱ কমিছে নেকি সোণোৱালৰ!

ক্ৰমশঃ একাশৰীয়াহৈ পৰিছে নেকি সৰ্বানন্দ সোণোৱাল ? ৰূপজ্যোতি কুৰ্মীৰ কেলেণ্ডাৰতো নাই ফটো । সোণোৱাল চৰকাৰক আওপকীয়াকৈ মুখ্যমন্ত্ৰীৰো সমালোচনা । - Sarbananda Sonowal BJP Influence

Rezaul Karim Sarkar Quits Congress Within a Week of Joining

যোগদান কৰিয়েই কংগ্ৰেছ ত্যাগ ৰেজাউল কৰিম চৰকাৰৰ

হিমন্ত বিশ্ব শৰ্মাৰ এজেন্ট আখ্যা পোৱাৰ পাছতেই কংগ্ৰেছ ত্যাগ ৰেজাউল কৰিম চৰকাৰৰ। দলত যোগদান কৰিয়েই ত্যাগ কৰিলে কংগ্ৰেছ। Rezaul Karim Sarkar Congress Exit

Form 7 Bankura case 4000 Form 7 recovered from BJP vehicle

পশ্চিমবংগৰ বাংকুড়াত বিজেপি নেতাৰ গাড়ীত ৪ হাজাৰ ফৰ্ম ৭ উদ্ধাৰ

পশ্চিমবংগৰ বাংকুড়াত বিজেপি নেতাৰ গাড়ীৰ পৰা ৪ হাজাৰ ফৰ্ম ৭ উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। ভোটাধিকাৰ কৰ্তনৰ অভিযোগ তুলিছে তৃণমূল কংগ্ৰেছে, বিজেপিয়ে কৰিছে অস্বীকাৰ। - Form 7 Bankura

Effigy of Zubeen Garg Murder Accused to Be Burnt During Magh Bihu Celebrations

মেজিৰ জুইত দাহন হ’ব জুবিন হত্যাৰ অভিযুক্তৰ প্ৰতিচ্ছবি

মেজিৰ সৈতে জুবিন হত্যাৰ অভিযুক্তৰ প্ৰতিচ্ছবি দাহন কৰি উদযাপন কৰিব মাঘ বিহু। প্ৰতিচ্ছবি সংলগ্ন মেজি সাজু কৰিছে জুবিন প্ৰেমী যুৱকে। Zubeen Garg murder accused

Is Rezaul Karim Himanta’s Agent? Assam Congress Faces Internal Turmoil

আমছু ত্যাগী ন কংগ্ৰেছী ৰেজাউল কৰিম সঁচাকৈ হিমন্তৰ এজেন্ট নেকি ?

সচাকৈ ৰেজাউল কৰিম হিমন্ত বিশ্ব শৰ্মাৰ এজেন্ট নেকি? কংগ্ৰেছত যোগদান কৰিয়েই ৰাজ্য তোলপাৰ লগোৱা ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে মন্তব্য কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ। Rezaul Karim Himanta Agent

Tapan Das to be conferred Amulya Manna Photography Award 2026

আলোকচিত্ৰ শিল্পী তপন দাসলৈ অমূল্য মান্না আলোকচিত্ৰ বঁটা

এইবাৰ অসমৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী তপন দাসলৈ অমূল্য মান্না আলোকচিত্ৰ বঁটা আগবঢ়োৱা হ’ব। ১৯ জানুৱাৰীত নগাঁৱৰ কল্লোল ভৱনত আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰা হ’ব।- Amulya Manna Photography Award

Legendary Assamese Singer Samar Hazarika Passes Away

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকা আৰু নাই

বিদায় ললে বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰশোক প্ৰকাশ। Samar Hazarika death

Nowgong Bhogali Bihu Festival Lights Up Kolong Bakori with 113 Years of Tradition

কলঙৰ বাকৰিত ৰংঘৰ!

১১৩ বছৰীয়া সোণালী ইতিহাস সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ। উজলি উঠিছে ৰংঘৰ, ম'হযুঁজৰ প্ৰতিকী ৰূপ। স্বকীয় পৰম্পৰাৰে অসমবাসীৰ দৃষ্টি আকৰ্ষণ সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ। Nowgong Bhogali Bihu Festival

Morigaon Congress clash between supporters of ticket aspirants

কংগ্ৰেছৰ দুই প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ সমৰ্থকৰ সংঘাতত উত্তাল মৰিগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়

মৰিগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত দুগৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ সমৰ্থকৰ মাজত সংঘটিত প্ৰচণ্ড মাৰপিটে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতি। কেইবাজনো আহত। - Morigaon Congress Clash