২,৬৮,৪৪৩ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব বিন্নাকান্দি সমষ্টিৰ ১৪ গৰাকী প্ৰাৰ্থীৰ, কি হ’ব আজমলৰ ভৱিষ্যত?
গৃহ সমষ্টি বিন্নাকান্দিত বদৰুদ্দিন আজমলৰ সন্মুখত অগ্নি পৰীক্ষা। অসন্তুষ্ট কংগ্ৰেছ কৰ্মীক সৈমান কৰাত ব্যস্ত অজাপৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰী। ২,৬৮,৪৪৩ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব বিন্নাকান্দি সমষ্টিৰ ১৪ গৰাকী প্ৰাৰ্থীৰ।-…
নিশা পেট্ৰ’ল পাম্পত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ আকস্মিক অভিযান
নগাঁৱত পেট্ৰল, ডিজেলৰ নাটনিৰ উৰাবাতৰি। নিশা পেট্ৰ'ল পাম্পত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ আকস্মিক পৰিদৰ্শন। নগাঁৱত অভাৱ হোৱা নাই তেলৰ, ৰাইজক শঙ্কিত নহ'বলৈ আহ্বান জিলা আয়ুক্তৰ।- Fuel Shortage Rumor
নগাঁৱত ভোটাৰক আকৰ্ষণৰ অভিনৱ কৌশল জিলা প্ৰশাসনৰ
নগাঁৱত ভোটাৰক আকৰ্ষণৰ অভিনৱ কৌশল। ভোটগ্ৰহণ কেন্দ্ৰৰ মাজত প্ৰশাসনৰ প্ৰতিযোগিতা। -Nagaon Voting Awareness Campaign 2026
নগাঁৱত মুখ্য সচিব ৰবি কোটাৰ নিৰ্বাচনী পৰ্যালোচনা
নগাঁৱত ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ। জিলা আয়ুক্ত কাৰ্যালয়ত জিলা প্ৰশাসনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ মুখ্য সচিবৰ।- Nagaon Election Review
উপেন্দ্ৰ বৰকটকীৰ সেই সকলক কেনেকৈ পাহৰোঁ উন্মোচন
উপেন্দ্ৰ বৰকটকীৰ সেই সকলক কেনেকৈ পাহৰোঁ উন্মোচন । লেখক সকলে নিলিখি নোৱাৰে বাবেই লিখে : উপেন্দ্ৰ বৰকটকী-Upendra Borkotoky Book Launch
নগাঁও জিলা সাহিত্য সভাৰ সাহিত্য দিৱস অনুষ্ঠান
নগাঁও জিলা সাহিত্য সভাৰ সাহিত্য দিৱস অনুষ্ঠান। মীনা বৰাৰ 'মৰিকলঙৰ পলস' উন্মোচন। লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষা সকলোৰে মুখৰ ভাষা কৰি গ’লঃ ড° শৰৎ বৰকটকীৰ।-Nagaon Sahitya Sabha Literary Day
পাঁচ বছৰত বিধায়ক জিতু গোস্বামীৰ বৃদ্ধি ৭ কোটি ২০ লাখ টকাৰ সম্পত্তি
পাঁচ বছৰত বিধায়ক জিতু গোস্বামীৰ বৃদ্ধি ৭ কোটি ২০ লাখ টকাৰ সম্পত্তি। পত্নীৰ নামত হাৰিয়ানাৰ ফৰিদাবাদত আছে ভূমি । ৰুজু হৈ আছে তিনিটা অপৰাধ জনিত গোচৰ।- Jitu Goswami Asset Growth
স্বাধীনতাৰ পূৰ্বৰ পৰাই কেইবাবাৰো বিধায়ক হিচাপে নিৰ্বাচিত মতিৰাম বৰাৰ বিষয়ে জানো আহক
১৯৪৬ চনতেই বিধানসভালৈ নিৰ্বাচিত মতিৰাম বৰা গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাতো লাভ কৰিছিল কেবিনেট মন্ত্ৰীত্ব। কেবাবাৰো বিধায়ক হিচাপে নিৰ্বাচিত মতিৰাম বৰাৰ বিষয়ে জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন।-Motiram Bora Assam Leader
নগাঁৱত নিৰ্বাচন আয়োগৰ বিশেষ পৰ্যবেক্ষক
নিৰ্বাচনী প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ নগাঁৱত উপস্থিত নিৰ্বাচন আয়োগৰ বিশেষ পৰ্যবেক্ষক। জিলা আয়ুক্তৰ কক্ষত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ।-Special Election Observer Nagaon
২৫ সহস্ৰাধিক লোকক সম্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। নগাঁৱৰ পৰা গুৱাহাটীলৈ নিৰ্মাণ হ’ব এক্সপ্ৰেছ হাইৱে
নগাঁও-বটদ্ৰৱা সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। নগাঁও-গুৱাহাটীলৈ নিৰ্মাণ হ'ব এক্সপ্ৰেছ হাইৱে। নগাঁৱৰ পৰাই মুখ্যমন্ত্ৰীৰ সকিয়নী। নগাঁৱত গঁড় হত্যাকাৰী কংগ্ৰেছৰ ডাঙৰ নেতায়ো চকু তল কৰি…
নিশাৰ পৰাই জুবিন গাৰ্গক মদ্যপান কৰাইছিল অমৃতপ্ৰভা মহন্তই
জুবিন গাৰ্গৰ মৃত্যুৰ ৰায়দান সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। নিশাৰ পৰাই জুবিন গাৰ্গক মদ্যপান কৰাইছিল অমৃতপ্ৰভা মহন্তই।- Zubeen Garg Death Case
অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষা
অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষা । ১২৪ টা বিধানসভা সমষ্টিৰ ৭৭৬ জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা। ঢেকিয়াজুলি আৰু বৰপেটা সমষ্টিৰ মনোনয়ন পত্ৰ পুনৰ পৰীক্ষা।-Assam Assembly Elections 2026











