Assam earthquake 4.1 magnitudeব্ৰেকিং নিউজ: ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

ব্ৰেকিং নিউজ:

  • আজি সন্ধিয়া প্ৰায় ৬:৩০ বজাত অসমৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে।
  • ৰিখ্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য ৪.১ বুলি ধৰা পৰিছে।
  • ভূমিকম্পৰ কেন্দ্ৰস্থল ঢেকিয়াজুলিৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ দূৰত আছিল বুলি জানিব পৰা গৈছে।
  • অসমৰ লগতে চুবুৰীয়া দেশ ভূটানতো এই জোকাৰণি অনুভূত হোৱাৰ খবৰ পোৱা গৈছে।


Advertisement