Skip to content
বিশিষ্ট সাংবাদিক প্রফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান
বিশিষ্ট সাংবাদিক প্রফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান
দ্য আছাম ট্রিবিউন কাকতৰ পৰিচালন সঞ্চালক আছিল বৰুৱা
আছাম ট্রিবিউন গোষ্ঠীৰ অন্যতম পুৰোধা আছিল বৰুৱা
৯৪ বছৰ বয়সত এপ’ল’ হাস্পতালত তেওঁৰ মৃত্যু
এসপ্তাহ ধৰি চিকিৎসাধীন হৈ আছিল বৰুৱা
কাইলৈ তেখেতৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন হ’ব
২০১৮ চনত তেওঁ লাভ কৰিছিল পদ্মশ্রী সন্মান
সংবাদ জগতলৈ আগবঢ়োৱা অবদানৰ বাবে লাভ কৰিছিল এই সন্মান