ব্ৰেকিং নিউজ: ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি
আজি সন্ধিয়া প্ৰায় ৬:৩০ বজাত অসমৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে । - Assam earthquake 4.1 magnitude
⫸ Fast. Fair. Fearless. ⫷
আজি সন্ধিয়া প্ৰায় ৬:৩০ বজাত অসমৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে । - Assam earthquake 4.1 magnitude
ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬ৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় এআই ষ্টাৰ্ট-আপসমূহক সম্পূৰ্ণ চৰকাৰী সহায়ৰ আশ্বাস দিয়ে আৰু ‘Made in India, Made for the World’ এআই মডেলৰ ওপৰত গুৰুত্ব আৰোপ কৰে।-…
বিহাৰ, ওডিশা, ছত্তীশগড় আৰু হিমাচল প্ৰদেশৰ একাধিক আদালতত ই-মেইলযোগে বোমা ভাবুকি লাভ হোৱাৰ পিছত আদালত খালী কৰা হয়। ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। -Bomb threats to courts
টাটা গ্ৰুপৰ মালিকানাধীন এয়াৰ ইণ্ডিয়াই ৮ বছৰৰ পিছত প্ৰথমখন লাইন-ফিট বোয়িং ৭৮৭-৯ ড্ৰীমলাইনাৰ বিমান লাভ কৰিছে। এই বিমানখন অহা কেইদিনমানৰ ভিতৰতে ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। - Air India Dreamliner
তিলক বাৰ্মাৰ অস্ত্ৰোপচাৰৰ পিছত নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা বাহিৰ হৈছে। ২০২৬ চনৰ আইচিচি টি-২০ বিশ্বকাপ খেলাৰ ক্ষেত্ৰতো তেওঁৰ অংশগ্ৰহণ সন্দেহৰ আৱৰ্তত পৰিছে।- Tilak Varma Injury
মধ্য-প্ৰাচ্যৰ কেইবাখনো দেশত ‘ধুৰন্ধৰ’ ছবিখন নিষিদ্ধ কৰাৰ পিছতে IMPPA-ই প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে। এই নিষেধাজ্ঞাক একপক্ষীয় বুলি অভিহিত কৰা হৈছে। - Dhurandhar Film Ban
কাংপোকপি জিলাত মণিপুৰ আৰক্ষী আৰু এনচিবিৰ যুটীয়া অভিযানত ৫৩ একৰ অবৈধ পপি খেতি ধ্বংস কৰা হয়। এই অভিযানত পপি খেতিৰ সামগ্ৰী আৰু আন্তঃগাঁথনিও নষ্ট কৰা হয়।- Manipur Poppy Cultivation
কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ পূৰ্বানুমান ৭.৪ শতাংশলৈ বৃদ্ধি কৰিছে, যিটো যোৱা বিত্তীয় বৰ্ষত ৬.৫ শতাংশ আছিল। - India GDP Growth
সোমনাথ স্বাভিমান পৰ্ব ২০২৬-ৰ পূৰ্বে সোমনাথ মন্দিৰৰ স্মৃতি স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। ইতিহাসৰ বিভিন্ন আক্ৰমণৰ পিছতো সোমনাথ মন্দিৰে ভাৰতৰ সাংস্কৃতিক ঐক্য আৰু অটল বিশ্বাসক কেনেকৈ শক্তিশালী কৰি ৰাখিছে, সেই বিষয়ে…
শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালত ভৰ্তি কৰা হৈছে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক (Sonia Gandhi Hospitalised)। চিকিৎসকে তেওঁৰ স্বাস্থ্য সন্দৰ্ভত কি কৈছে, সবিশেষ জানক।
বাংলাদেশত ব্যৱসায়ী তথা সাংবাদিক ৰাণা প্ৰতাপ বৈৰাগীক নিৰ্মমভাৱে হত্যা(Bangladesh Hindu Killing)। দেশখনত সংঘটিত হোৱা এই অপৰাধে চাঞ্চল্যৰ সৃষ্টি কৰিছে। অধিক তথ্যৰ বাবে পঢ়ক এই খবৰ।
পৰ্যটনৰ আন্তঃগাঁথনি উন্নয়নৰ ফলত ত্ৰিপুৰাত বিদেশী পৰ্যটকৰ আগমন বৃদ্ধি পাইছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী মানিক সাহাই। স্বদেশ দৰ্শন ২.০ (Swadesh Darshan 2.0) আঁচনিৰ অধীনত ত্ৰিপুৰা হেৰিটেজ ভিলেজসহ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা…