বটদ্ৰৱা আবিৰ্ভাৱ ক্ষেত্ৰৰ দৰ্শনাৰ্থীৰ বাবে জিলা প্ৰশাসনৰ নিৰ্দেশঃ দৰ্শনাৰ্থীয়ে পৰিধান কৰিব লাগিব জাতীয় সাজপাৰ
বটদ্ৰৱা আবিৰ্ভাৱ ক্ষেত্ৰৰ দৰ্শনাৰ্থীৰ বাবে জিলা প্ৰশাসনৰ নিৰ্দেশ। দৰ্শনাৰ্থীয়ে পৰিধান কৰিব লাগিব জাতীয় সাজপাৰ । পূৰ্বতে বলবৎ থকা নিয়মো মানি চলিব লাগিব দৰ্শনাৰ্থীয়ে।-Batadrava Abirbhav Kshetra Dress Code











