শীৰ্ষ সংবাদ

Rezaul Karim joins Congress: Former AAMSU President Set for Assam Politics

সদ্য প্ৰাক্তন আমছু সভাপতি ৰেজাউলে যোগদান কৰিব কংগ্ৰেছত

কংগ্ৰেছত যোগদানৰ সিদ্ধান্ত চূড়ান্ত কৰিলে সদ্য প্ৰাক্তন আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। লক্ষ্য বিধায়ক! Rezaul Karim joins Congress

Nagaon Uruka Fish Market special fish sale ahead of Bhogali Bihu

ভোগালী বিহুৰ উৰুকা উপলক্ষে নগাঁৱত বিশেষ মীন বিপণীৰ আয়োজন

ভোগালী বিহুৰ উৰুকা উপলক্ষে নগাঁৱত বিশেষ মীন বিপণীৰ আয়োজন। এই বিশেষ মীন বিপণীৰ জৰিয়তে নগাঁওবাসীয়ে লাভ কৰিব সুলভ মূল্যত উৎকৃষ্ট মানৰ মাছ লাভৰ সুযোগ। - Nagaon Uruka Fish Market 2026

CM Himanta Biswa Sarma Says Good Journalists Will Be Rewarded After Elections

জানুৱাৰী মাহতে ৰাজহুৱা কৰিব গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ তথ্যঃ মুখ্যমন্ত্ৰী

গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ ষড়যন্ত্ৰ অসমৰ ৰাইজে জানিবই লাগিব। জানুৱাৰী মাহতে ৰাজহুৱা হ'ব গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ তথ্য। ভাৰত চৰকাৰলৈ হস্তান্তৰ হ'ব গোচৰ। মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। Gaurav…

Special Public Prosecutor Appointed in Zubeen Garg Case

জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক আগবঢ়াই নিবলৈ বিশেষ লোক অধিবক্তা নিয়োগ

পাঁচজনীয়া অধিবক্তাৰ দলে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া আগবঢ়াই নিয়াত কৰিব সহায় কেবিনেটত সিদ্ধান্ত গ্ৰহণ। সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে। Zubeen Garg case Special Public Prosecutor

Himanta Biswa Sarma Marriage Advice: Assam CM Urges Youth to Marry Early and Have Children

সোনকালে বিয়া পাতক আৰু সন্তান জন্ম দিয়ক, মুখ্যমন্ত্ৰীৰ পৰামৰ্শ

সোনকালে বিয়া পাতি সন্তান জন্ম দিয়াৰ পৰামৰ্শ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। দুটাৰ পৰা তিনিটা সন্তান জন্ম দিয়াৰো দিলে পৰামৰ্শ। Himanta Biswa Sarma marriage advice

Woman allegedly burned alive at Lanka Gate, husband accused

লংকা গেটত মহিলাক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ

হোজাইৰ লংকাত ভয়ংকৰ ঘটনা। মহিলাক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ। স্বামীৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ সৰ্বাত্ৰে চাঞ্চল্য। Lanka Gate woman burned alive

India Economic Growth 2026 projected at 6.6 percent by United Nations

বিশ্বৰ ২.৭ শতাংশ বৃদ্ধিৰ বিপৰীতে ভাৰতৰ অৰ্থনীতি ৬.৬ শতাংশ হাৰত বৃদ্ধি পাব: ৰাষ্ট্ৰসংঘৰ পূৰ্বানুমান

বিশ্বৰ প্ৰত্যাহ্বানমূলক পৰিস্থিতি স্বত্বেও ভাৰতৰ অৰ্থনৈতিক অগ্ৰগতি লক্ষণীয় হ’ব। আমেৰিকাৰ শুল্কৰ (tariffs) প্ৰভাৱৰ স্বত্বেও শক্তিশালী ৰাজহুৱা বিনিয়োগ আৰু ব্যক্তিগত ব্যৱহাৰৰ ফলত দেশৰ অৰ্থনীতি গতিশীল হৈ থাকিব। - India Economic Growth…

Drug Peddler Arrested in Nagaon with 7 Containers of Suspected Heroin

নিষিদ্ধ ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান। অভিযানত ড্ৰাগছ ভৰ্তি ৭ টাকৈ কন্টেইনাৰসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী। Drug Peddler Arrested in Nagaon

Amit Shah chairs security meeting on Mission Mode Counter Terror operations in Jammu and Kashmir

সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি আৰু বিত্তীয় যোগান বন্ধ কৰিবলৈ মিছন মোডত অভিযান চলাই যাওক: অমিত শ্বাহ

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি আৰু বিত্তীয় যোগান বন্ধ কৰিবলৈ মিছন মোডত সন্ত্ৰাসবাদ বিৰোধী অভিযান অভিযান চলাই যাবলৈ নিৰ্দেশ দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। Mission Mode Counter Terror অভিযান সন্দৰ্ভত সম্পূৰ্ণ তথ্য…

Marinera Oil Tanker Seized by US Coast Guard with Indian Crew Onboard

আমেৰিকাই জব্দ কৰা ৰাছিয়াৰ তেলবাহী জাহাজত আছে তিনিগৰাকী ভাৰতীয় কৰ্মী

আমেৰিকাই জব্দ কৰা ৰাছিয়াৰ তেলবাহী জাহাজ Marinera ত তিনিগৰাকী ভাৰতীয় কৰ্মী থকা বুলি প্ৰকাশ। Marinera Oil Tanker Seized ৰ ঘটনাক লৈ ৰাছিয়াই আমেৰিকাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় আইন উলংঘনৰ অভিযোগ উত্থাপন কৰিছে।