কলঙৰ বাকৰিত ৰংঘৰ!
১১৩ বছৰীয়া সোণালী ইতিহাস সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ। উজলি উঠিছে ৰংঘৰ, ম'হযুঁজৰ প্ৰতিকী ৰূপ। স্বকীয় পৰম্পৰাৰে অসমবাসীৰ দৃষ্টি আকৰ্ষণ সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ। Nowgong Bhogali Bihu Festival
⫸ Fast. Fair. Fearless. ⫷
১১৩ বছৰীয়া সোণালী ইতিহাস সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ। উজলি উঠিছে ৰংঘৰ, ম'হযুঁজৰ প্ৰতিকী ৰূপ। স্বকীয় পৰম্পৰাৰে অসমবাসীৰ দৃষ্টি আকৰ্ষণ সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ। Nowgong Bhogali Bihu Festival
ভোগালীৰ বাবে প্ৰশাসনে নিৰ্দ্ধাৰণ কৰিছে খাদ্য সামগ্ৰী মূল্য। অধিক মূল্যত বিক্ৰী কৰিলে বিপদ নিশ্চিত। Nagaon food price control
প্ৰাৰ্থিত্ব প্ৰত্যাশীক লৈ অগপত বিভাদন। বিষ্ণু দাসৰ বিৰুদ্ধে পূৰ্বৰ সমষ্টি সমিতিৰ বিস্ফোৰক অভিযোগ। AGP Raha constituency split
বুলন চন্দ্ৰ নাথলৈ কনক চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বঁটা। প্ৰাগ বিল্ডিঙৰ দৈনিক জনমভূমি কাৰ্যালয়ত প্ৰদান কৰা হয় এই বটাঁ। Kanak Chandra Sharma Memorial Journalism Award
অখিল গগৈৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ। ভোটাৰ তালিকা সংশোধন, অসম চুক্তি আৰু উন্নয়নমূলক কামক লৈ ৰহাত মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে। - Ashok Singhal Akhil Gogoi Remark
বিদ্যালয়ৰ সোণালী জয়ন্তীত স্মৃতি ৰোমন্থনৰে নষ্টালজিক প্ৰাক্তন ছাত্ৰীসকল। জাগীয়াল ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত উখল মাখল পৰিৱেশ। Jagiyal Girls Higher Secondary School Golden Jubilee
অসমৰ বিশিষ্ট প্ৰকৃতিবিদ বিনোদ দুলু বৰাক কেন্দ্ৰীয় প্ৰজেক্ট এলিফেণ্টৰ ষ্টিয়াৰিং কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে(Binod Dulu Bora Project Elephant)। তেওঁৰ বন্যপ্ৰাণী সংৰক্ষণৰ যাত্ৰাৰ বিষয়ে সবিশেষ জানক।
বিধেয়ক গৃহিতৰ পিচত আশাবাদী ম'হ গোৱাল। যুঁজৰ বাবে সাজু ম'হ, গোৱাল। আহঁতগুৰিত মাঘ বিহুৰ প্ৰস্তুতি। Assam buffalo fight
অন্ধ বিশ্বাসৰ কৰাল গ্ৰাসত নগাঁৱৰ উত্তৰ অঞ্চলৰ লোক। পুনৰ আবিৰ্ভাৱ ঘটিছে বাবাৰ। হাজাৰ হাজাৰ লোকৰ ভিৰ বাবাৰ দৰবাৰত। Pagla Baba Superstition Assam
কংগ্ৰেছত যোগদানৰ সিদ্ধান্ত চূড়ান্ত কৰিলে সদ্য প্ৰাক্তন আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। লক্ষ্য বিধায়ক! Rezaul Karim joins Congress
ভোগালী বিহুৰ উৰুকা উপলক্ষে নগাঁৱত বিশেষ মীন বিপণীৰ আয়োজন। এই বিশেষ মীন বিপণীৰ জৰিয়তে নগাঁওবাসীয়ে লাভ কৰিব সুলভ মূল্যত উৎকৃষ্ট মানৰ মাছ লাভৰ সুযোগ। - Nagaon Uruka Fish Market 2026
অজিত কুমাৰ ভূঞা সহ বহু সংখ্যকৰ অসম জাতীয় পৰিষদত যোগদান। অসম জাতীয় পৰিষদত বিলীন অজিত কুমাৰ ভূঞাৰ দল। Assam Jatiya Parishad Merger