নগাঁৱত মুখ্য সচিব ৰবি কোটাৰ নিৰ্বাচনী পৰ্যালোচনা
নগাঁৱত ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ। জিলা আয়ুক্ত কাৰ্যালয়ত জিলা প্ৰশাসনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ মুখ্য সচিবৰ।- Nagaon Election Review
⫸ Fast. Fair. Fearless. ⫷
নগাঁৱত ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ। জিলা আয়ুক্ত কাৰ্যালয়ত জিলা প্ৰশাসনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ মুখ্য সচিবৰ।- Nagaon Election Review
উপেন্দ্ৰ বৰকটকীৰ সেই সকলক কেনেকৈ পাহৰোঁ উন্মোচন । লেখক সকলে নিলিখি নোৱাৰে বাবেই লিখে : উপেন্দ্ৰ বৰকটকী-Upendra Borkotoky Book Launch
১৯৪৬ চনতেই বিধানসভালৈ নিৰ্বাচিত মতিৰাম বৰা গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাতো লাভ কৰিছিল কেবিনেট মন্ত্ৰীত্ব। কেবাবাৰো বিধায়ক হিচাপে নিৰ্বাচিত মতিৰাম বৰাৰ বিষয়ে জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন।-Motiram Bora Assam Leader
নগাঁও-বটদ্ৰৱা সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। নগাঁও-গুৱাহাটীলৈ নিৰ্মাণ হ'ব এক্সপ্ৰেছ হাইৱে। নগাঁৱৰ পৰাই মুখ্যমন্ত্ৰীৰ সকিয়নী। নগাঁৱত গঁড় হত্যাকাৰী কংগ্ৰেছৰ ডাঙৰ নেতায়ো চকু তল কৰি…
জুবিন গাৰ্গৰ মৃত্যুৰ ৰায়দান সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। নিশাৰ পৰাই জুবিন গাৰ্গক মদ্যপান কৰাইছিল অমৃতপ্ৰভা মহন্তই।- Zubeen Garg Death Case
অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষা । ১২৪ টা বিধানসভা সমষ্টিৰ ৭৭৬ জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা। ঢেকিয়াজুলি আৰু বৰপেটা সমষ্টিৰ মনোনয়ন পত্ৰ পুনৰ পৰীক্ষা।-Assam Assembly Elections 2026
নগাঁৱত সম্পন্ন দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন। ৭ গৰাকীকৈ নিৰ্বাচনী পৰ্যবেক্ষকৰ উপস্থিতিত সম্পন্ন ৰেণ্ডমাইজেশ্যন প্ৰক্ৰিয়া।- Polling Staff Randomization Nagaon
মনোনয়ন দাখিল প্ৰক্ৰিয়া অন্ত পৰাৰ এটা দিন পাছতেই নগাঁৱত সম্পূৰ্ণ হ'ল মনোনয়ন পৰাক্ষণ প্ৰক্ৰিয়া। জিলাখনৰ সাতটা বিধানসভা সমষ্টিৰ পৰা কোনে কোনে দাখিল কৰিলে মনোনয়ন? কাৰ কাৰ মনোনয়ন হ'ল বৈধ?জানিবলৈ পঢ়ক…
নগাঁও জিলাত অবৈধ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ। জব্দ বৃহৎ পৰিমাণৰ সুৰা।- Nagaon Drug Crackdown
মনোনয়ন দাখিলৰ অন্তিম দিনা নগাঁৱৰ ৰাজপথত ব্যাপক যান জঁট। বাইক চলাই যান জঁট নিয়ন্ত্ৰণত নামিল নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা।-Nagaon Traffic Control
ড° মাদ্ৰী কাকতি লৈ মহাদেৱী বৰ্মা সন্মান।জ্ঞানপীঠ বঁটা বিজয়ী মহাদেৱী বৰ্মাৰ নামত প্ৰদান কৰা হয় এই বঁটা ।সুস্থ সাংবাদিকতা আৰু নাৰী সবলীকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা হয় এই বঁটা।- Dr Madri Kakoti…
নগাঁৱৰ বিভিন্ন প্ৰান্তত তৎপৰ ফ্লাইং স্কোৱাডৰ দল। জিলাখনৰ ৰপহীহাট, ধিং, চামগুৰি, ৰহা আদি অঞ্চলৰ পৰা জব্দ বৃহৎ পৰিমাণৰ সুৰা, চুলাই মদ।- Illegal Liquor Seizure Nagaon