মৰিগাঁও জিলাৰ বঘৰা পাহাৰৰ কইনা কন্দা শিলৰ ৰহস্যময় কিংবদন্তিৰ আৰৰ কাহিনী
বঘৰা পাহাৰৰ এক অভিশপ্ত শিলাখণ্ড। নাম কইনা কন্দা শিল। এই কইনা কন্দা শিলৰ আছে বহু ৰহস্যময় কিংবদন্তি। জানো আহক কইনা কন্দা শিলৰ আঁৰৰ ৰহস্যময় কাহিনী। Koina Konda Shil Legend
⫸ Fast. Fair. Fearless. ⫷
বঘৰা পাহাৰৰ এক অভিশপ্ত শিলাখণ্ড। নাম কইনা কন্দা শিল। এই কইনা কন্দা শিলৰ আছে বহু ৰহস্যময় কিংবদন্তি। জানো আহক কইনা কন্দা শিলৰ আঁৰৰ ৰহস্যময় কাহিনী। Koina Konda Shil Legend
মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী হিচাপে অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰৰ শপতগ্ৰহণ। মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপমুখ্যমন্ত্ৰী সুনেত্ৰা। এন চি পি (Nationalist Congress Party) আৰু এন চি পি (এচ পি) (Nationalist Congress Party (…
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই পৰিচালনা কৰিব আবিৰ্ভাৱ ক্ষেত্ৰত। দৰ্শনাৰ্থীৰবাবে কেতবোৰ নিয়ম বলবৎ প্ৰশাসনৰ। নিয়ম নামানিলে ভৰিব লাগিব জৰিমনা। কি কি নীতি নিয়ম আছে জানি লওঁক। Batadrava Cultural Project
যজ্ঞৰ শুভাৰম্ভৰে মুকলি বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ দুৱাৰ। প্ৰায় এটা পষেকৰ অন্তত ভক্তৰ বাবে মুকলি মহামৃত্যুঞ্জয় মন্দিৰ। Mahamrityunjay Temple Reopens
ডিজিটেল গ্ৰেপ্তাৰৰ নামত প্ৰবঞ্চনা: চাইবাৰ অপৰাধী বিচাৰি অসমত অভিযান গোৱা আৰক্ষীৰ। ডিজিটেল গ্ৰেপ্তাৰৰ নামত আত্মসাৎ প্ৰায় ডেৰ কোটি টকা, দুজন গ্ৰেপ্তাৰ গোৱা আৰক্ষীৰ। Digital Arrest Scam
অত্যাধুনিক GAGAN ব্যৱস্থা নাছিল বিমানখনত। দৃশ্যমানহীনতাৰ বাবেই সংঘটিত হৈছিল দুৰ্ঘটনা। অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ তদন্ত আৰম্ভ। Ajit Pawar Plane Crash Black Box
ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্বৰ গোচৰ খাৰিজ লক্ষ্ণৌৰ বিশেষ আদালতৰ। অভিযোগকাৰী বিজেপি নেতাক তিৰস্কাৰ আদালতৰ। Rahul Gandhi dual citizenship case
বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ শোক প্ৰকাশ। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰো শোক প্ৰকাশ। Ajit Pawar plane crash death
ইউৰোপীয় সংঘৰ সৈতে মুক্ত বাণিজ্য চুক্তিত ভাৰতৰ স্বাক্ষৰ। হ্ৰাস পাব বিদেশী সুৰা, বিদেশী গাড়ীৰ মূল্য। মাদাৰ অৱ অল ডিলছ আখ্যা প্ৰধানমন্ত্ৰী মোদীৰ। India EU Free Trade Agreement
'অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত দেখুওৱা কৰ্তব্যৰ স্বীকৃতি। 'অপাৰেশ্যন সিন্দুৰ'ৰ সময়ত জনসাধাৰণ আৰু সামৰিক বাহিনীৰ মাজত সমন্বয় গঢ়ি তুলিছিল কুৰেশীয়ে। Colonel Sofia Qureshi Vishisht Seva Medal
সৰ্বোচ্চ শান্তিকালীন সামৰিক সন্মানৰে সন্মানিত বায়ু সেনাৰ কেপ্টেইন। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত ১৮ দিন আছিল শুভাংশু শুক্লা। Shubhanshu Shukla Ashok Chakra
গণতন্ত্ৰ দিৱস বিশেষ লেখা। সাংবিধানিক গণতন্ত্ৰৰ শক্তি আৰু প্ৰত্যাহ্বান। Constitutional Democracy in India