শীৰ্ষ সংবাদ

Abhi-Neel Lynching Case Verdict: 20 Convicted Sentenced to Life Imprisonment

অভি-নীল হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত ২০ জনক যাৱজ্জীৱন কাৰাদণ্ড

অভি-নীল হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত ২০ জনক যাৱজ্জীৱন কাৰাদণ্ড । নগাঁও আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হব দোষী সাব্যস্ত হোৱা সকলৰ অধিবক্তা। আদালতৰ ৰায়ত অসন্তুষ্ট অভি-নীলৰ পিতৃদ্বয়ঃ মূল…

Nagaon HSLC Result 2026: DC Issues Strong Warning Over Poor Performance in 39 Schools

নগাঁৱৰ ৩৯ খনকৈ বিদ্যালয়ৰ মেট্ৰিকৰ ফলাফলক লৈ তীব্ৰ অসন্তুষ্টি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

নগাঁৱৰ তিনিখনকৈ বিদ্যালয়ৰ মেট্ৰিকৰ ফলাফল শূণ্য। ৩৬ খন বিদ্যালয়ৰ শোচনীয় ফলাফল। প্ৰধান শিক্ষকক তলব কৰি সকিয়নী জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ।-Nagaon HSLC Result 2026

Arnami Bora Murder Case: Supreme Court Acquits Main Accused Moinul Haque

অৰ্ণমাই বৰা হত্যাকাণ্ড গোচৰত মূল অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চতম ন্যায়ালয়ৰ

অৰ্ণমাই বৰা হত্যাকাণ্ড গোচৰত মূল অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চতম ন্যায়ালয়ৰ। আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ অন্নমাই বৰাৰ স্বামীৰ।- Arnami Bora Murder Case

Yogi Adityanath Misquote Controversy Sparks Debate Over Historical Error

জিভা পিছলিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ

জিভা পিছলিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ। পুৰুলিয়াৰ জয়পুৰৰ নিৰ্বাচনী সভাত যোগী আদিত্য নাথে ভাষণত নেতাজীৰ উক্তি ব্যৱহাৰ কৰিলে স্বামী বিবেকানন্দৰ নামত। যোগী আদিত্য নাথৰ মতে নেতাজী সুভাষ চন্দ্ৰ…

Rongali Bihu 2026 Celebrated at Nagaon Girls College, Inaugurated by DC Devashish Sharma

নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ৰঙালী বিহু অনুষ্ঠান উদ্বোধন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

ৰঙালী বিহুয়ে আমাক কৰ্মপ্ৰেৰণা যোগায়"। নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ৰঙালী বিহু অনুষ্ঠান উদ্বোধন কৰি মন্তব্য জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ।- Nagaon Girls College Rongali Bihu 2026

Abhi-Neel Murder Case Verdict: 20 Convicted, 25 Acquitted in Nagaon Court

আঠ বছৰত ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ চূড়ান্ত ৰায়দান

২৫ জন অভিযুক্তক দোষমুক্ত ঘোষণাঃ ২০ জনক দোষী সাব্যস্ত। দোষী সাব্যস্ত সকলৰ শাস্তিৰ ৰায়দান ২৪ এপ্ৰিলত। আদালতৰ ৰায়ত সুখী নহয় অভি-নীলৰ পিতৃদ্বয়ঃ উচ্চ ন্যায়ালয়ত কৰিব আবেদন।- Abhi-Neel Murder Case Verdict

Situation Under Control in Runikhata Chirang After Violence, 4 Arrested

চিৰাং জিলাৰ ৰুণিখাতৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন

চিৰাং জিলাৰ ৰুণিখাতৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন। নিৰাপত্তা ৰক্ষীৰ পৰা অস্ত্ৰ কাঢ়ি নিয়াৰ অভিযোগত চাৰিজন লোকক গ্ৰেপ্তাৰ।সমগ্ৰ বি টি আৰত আন্দোলন কৰাৰ কথা ঘোষণা অল আদিবাসী ষ্টুডেণ্টছ এছ’চিয়েচন আৰু অল সান্তাল ষ্টুডেণ্টছ…

1500 Performers Create Bihu Dance Record in India Book of Records

ডেৰ হাজাৰ নাচনীয়ে গঢ়িলে বিহু নাচৰ ৰেকৰ্ড

ইণ্ডিয়া বুক অফ ৰেকৰ্ড গঢ়িলে ডেৰ হাজাৰ ঢুলীয়া, নাচনীয়ে। একেলগে বিহু নাচি মুগ্ধ কৰিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ প্ৰতিনিধিক।-Bihu Dance Record India Book of Records

Poor HSLC Result Assam 2026 Sparks Public Outrage in Nagaon School

মেট্ৰিকৰ শোচনীয় ফলাফলৰ বাবে প্ৰধান শিক্ষকক জবাবদিহি কৰিলে ৰাইজে

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় ফালফল এখন চৰকাৰী বিদ্যালয়ত। ক্ষুব্ধ অভিভাৱক, ৰাইজে জবাবদিহি কৰিলে প্ৰধান শিক্ষকক।- HSLC Result Assam 2026

Rongali Bihu Celebration in Nagaon: DC Joins Students in Bihu Dance at Christjyoti School

ছাত্ৰ ছাত্ৰীৰ সৈতে জিলা আয়ুক্তই বিহু নাচি ৰঙালী উদযাপন নগাঁৱৰ খ্ৰীষ্টজ্যোতি স্কুলত

নগাঁও খ্ৰীষ্টজ্যোতি স্কুলত উদযাপন ৰঙালী বিহু। এহেজাৰ ছাত্ৰ ছাত্ৰীৰ সৈতে বিহু নাচি ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ৰঙালী উদযাপন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ। উখল মাখল পৰিৱেশ নগাঁৱৰ খ্ৰীষ্টজ্যোতি স্কুলত।-Rongali Bihu Celebration Nagaon

Asha Bhosle Death: Legendary Singer Passes Away at 92

দেশৰ সংগীত জগতক শোক সাগৰত ডুবাই গুচি গ’ল কুকিলকণ্ঠী গায়িকা আশা ভোছলে

৯২ বছৰত মহাপ্ৰয়াণ সুকণ্ঠী গায়িকা আশা ভোছলেৰ। মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ পদ্ম বিভূষণ সন্মানেৰে সন্মানিত শিল্পীগৰাকীৰ।-Asha Bhosle Death