শীৰ্ষ সংবাদ

India Drops 6 Ranks in World Press Freedom Index 2026

সংবাদ মাধ্যমৰ স্বাধীনতা সূচীঃ ৬ টা স্থান তললৈ নামিল ভাৰত

সংবাদ মাধ্যমৰ স্বাধীনতা সূচী প্ৰকাশ ।৬ টা স্থান তললৈ নামিল ভাৰত । ৰিপৰ্টাৰচ চেনচ ফ্ৰন্টিয়াৰে প্ৰকাশ কৰিছে এই সূচী।- World Press Freedom Index India 2026

Exit Poll Results 2026 BJP Comeback in Assam

বিভিন্ন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ এক্সিট পল প্ৰকাশ

বিভিন্ন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ এক্সিট পল প্ৰকাশ । অসমত পুনৰ বিজেপি চৰকাৰ। কেৰেলাত কংগ্ৰেছ নেতৃত্বাধীন এ ইউ ডি এফৰ দখলত । পশ্চিম বংগত মিশ্ৰিত পূৰ্বানুমান।- Exit Poll Results 2026

Opposition Alliance Reviews Nagaon Strong Room Security Ahead of Counting

নগাঁৱত ষ্ট্ৰং ৰুমৰ বুজ ললে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে

মুখ্যমন্ত্ৰী টি ভিত ওলালে বিজেপিৰে একাংশ লোকে টি ভি বন্ধ কৰে। নগাঁৱত ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰি সাংসদ ৰকিবুল হুছেইনৰ কটাক্ষ।- Nagaon Strong Room

Accessible Toilet Inaugurated at Dhing FRU for Differently Abled

ধিং এফ‌আৰ‌ইউত প্ৰতিবন্ধীৰ বাবে বিশেষ শৌচাগাৰ মুকলি

ধিং এফ‌আৰ‌ইউত প্ৰতিবন্ধীৰ বাবে বিশেষ শৌচাগাৰ মুকলি। আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।- Accessible Toilet

ভোট গণনাৰ প্ৰস্তুতিকলৈ নগাঁও জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা

ভোট গণনাৰ প্ৰস্তুতিকলৈ নগাঁও জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা

ভোট গণনাৰ প্ৰস্তুতিকলৈ নগাঁও জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা। কেন্দ্ৰত মোবাইল ফোন লৈ প্ৰৱেশত নিষেধাজ্ঞ।- Nagaon Vote Counting Preparation 2026

Teacher Responsibility in Education: Building True Human Beings Through Holistic Learning

ছাত্ৰ-ছাত্ৰীক প্ৰকৃত মানুহ হিচাপে গঢ় দিয়ক শিক্ষক সকলে

ছাত্ৰ-ছাত্ৰীক প্ৰকৃত মানুহ হিচাপে গঢ় দিয়ক শিক্ষক সকলে। বৌদ্ধিক, মানসিক, শাৰীৰিক আৰু সবাৰো ওপৰ নৈতিক শিক্ষাৰে শিক্ষিত কৰক ছাত্ৰ ছাত্ৰীক।- Teacher Responsibility in Education

Online Gaming Trap: Assam Minor Lured and Abducted by Youth Met in Game

অনলাইন গেম খেলি অসমৰ কিশোৰী পলুৱাই নি আৰক্ষীৰ জালত বহিঃৰাজ্যৰ যুৱক

অনলাইন গেম খেলি বিপদত অসমৰ কিশোৰী। প্ৰেমৰ ছলনাৰে বহিঃৰাজ্যৰ যুৱকে জালত পেলাইছিল অসমৰ কিশোৰী। অৱশেষত অসম আৰক্ষীৰ জালত বহিঃৰাজ্যৰ যুৱক।- Online Gaming Trap

Nagaon Robbery Case: Two Notorious Robbers Arrested for Attack on Doctor’s Family

নগাঁও আৰক্ষীৰ জালত চিকিৎসক পৰিয়ালক আক্ৰমণ কৰি লুটপাত কৰা ডকাইত

নগাঁৱৰ শিহৰণকাৰী ডকাইতি কাণ্ডৰ তদন্তত অগ্ৰগতি নগাঁও আৰক্ষীৰ। মাত্ৰ দুটা দিনত সফলতা নগাঁও আৰক্ষীৰ। নগাঁও আৰক্ষীৰ জালত দুই কুখ্যাত ডকাইত।- Nagaon Robbery Case