দেশৰ এশগৰাকী জিলা দণ্ডাধীশৰ তালিকাত মৰিগাঁৱৰ অনামিকা তেৱাৰীসহ অসমৰ চাৰি জিলা আয়ুক্ত
প্ৰতিষ্ঠিত আলোচনী Fame India- সমীক্ষাত দেশৰ ১০০ জন জিলা আয়ুক্তক/দণ্ডাধীশক “অসাধাৰণ আৰু সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী” প্ৰশাসনিক মুৰব্বী হিচাপে তালিকাভুক্ত। মৰিগাঁৱৰ জিলা আয়ুক্ত অনামিকা তেৱাৰীসহ অসমৰ চাৰিগৰাকীৰ নাম তালিকাত অন্তৰ্ভুক্ত।-Best District Magistrates…
অনলাইন দৰৱৰ বিক্ৰী বন্ধ কৰাৰ দাবীত ঔষধ ব্যৱসায়ী সংস্থাৰ দেশজোৰা ধৰ্মঘট
অনলাইন দৰৱৰ বিক্ৰী বন্ধ কৰাৰ দাবীত ঔষধ ব্যৱসায়ী সংস্থাৰ দেশজোৰা ধৰ্মঘট। অসমতো ঔষধৰ দোকান বন্ধ কৰি ধৰ্মঘটলৈ সমৰ্থন। ৰোগীৰ সুবিধাৰ বাবে নগাঁৱত চাৰিখন বিশেষ ফাৰ্মাচী খুলি ৰখা হৈছে।- MChemists Strike…
ছাত্ৰ-ছাত্ৰীক সু-নাগৰিক হোৱাৰ আহ্বান জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ
বৰভেটি উচ্চ মাধ্যমিক বিদ্যালয়ত নৱনিৰ্মিত পৰীক্ষাগাৰ মুকলি। পুথিগত বিদ্যা আহৰণৰ লগতে ছাত্ৰ-ছাত্ৰীক সু-নাগৰিক হোৱাৰ আহ্বান জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ।-Nagaon Education News
নগাঁৱত সকলো আঁচনি নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ জিলা আয়ুক্তৰ
জিলা আয়ুক্তৰ সভাপতিত্বত নগাঁও জিলা উন্নয়ন সমিতিৰ বৈঠক। সকলো আঁচনি নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ জিলা আয়ুক্তৰ।-Nagaon District Development Committee
নগাঁও জিলাতো আৰম্ভ সপ্তাহজোৰা ‘জনভাগিদাৰী’ অভিযান
নগাঁও জিলাতো আৰম্ভ সপ্তাহজোৰা 'জনভাগিদাৰী' অভিযান। গাঁৱে-গাঁৱে সজাগতা সভা, স্বাস্থ্য আৰু সুবিধা প্ৰদান শিবিৰ। সহকাৰী আয়ুক্ত প্ৰিয়ঙ্কা কাশ্যপৰ অধ্যক্ষতাত অনুষ্ঠিত এই পৰ্যালোচনা বৈঠক।- Janbhagidari Abhiyan
অসম জাতীয় পৰিষদৰ সকলো পদ, প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ ৰাজেন গোহাঁইৰ
অসম জাতীয় পৰিষদৰ সকলো পদ, প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ ৰাজেন গোহাঁইৰ। পুনৰ বিজেপি গমন কৰিব নেকি গোহাঁইয়ে? সন্মুখত নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰঃ আঁৰৰ ৰহস্য কি?- Rajen Gohain Resignation
বাংলা বেণ্ড সংগীত পৰশ পাথৰক শ্ৰদ্ধাঞ্জলি জনাই আই এ এছ বিষয়া দেৱাশীষ শৰ্মাৰ কণ্ঠত বাংলা গীত
বাংলা বেণ্ড সংগীত পৰশ পাথৰক শ্ৰদ্ধাঞ্জলি জনাই আই এ এছ বিষয়া দেৱাশীষ শৰ্মাৰ কণ্ঠত বাংলা গীত। নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কণ্ঠ নিগৰোৱা বাংলা গীতে সৃষ্টি কৰিছে আলোড়ন।-Parash Pathar Tribute…
দূৰ্ঘটনাত আহত নগাঁৱৰ মৰিকলং ডকাইতি কাণ্ডৰ অভিযুক্ত
মৰিকলং ডকাইতি কাণ্ডৰ অন্যতম অভিযুক্ত ৰাজিবুৰ ৰহমান আহত পথ দূৰ্ঘটনাত। ঘটনাৰ পাছতেই কিছু হলেও ন্যায় পোৱা বুলি দাবী ডকাইতৰ আক্ৰমণত নিহত ৰূপৰেখা শইকীয়াৰ স্বামী ডাঃ ৰঞ্জিত শইকীয়াৰ।-Morikolong Dacoity Case
নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামৰ IPL ফেন পাৰ্কত IPLৰ খেল উপভোগ কৰাৰ সুযোগ
নগাঁৱৰ ক্ৰিকেটপ্ৰেমীৰ বাবে এটা ভাল খবৰ। নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামতেই IPLৰ খেল উপভোগৰ বিশেষ ব্যৱস্থা।- Nagaon IPL Fan Park
চামগুৰিত বন্যহস্তীৰ আক্ৰমণত দুজন লোক নিহত
চামগুৰিত বন্যহস্তীৰ আক্ৰমণত দুজন লোক নিহত। নিহত লোক দুজনৰ নাম ছৰিফুল ইছলাম আৰু প্ৰণৱ দাস।-Wild Elephant Attack
গুৰুজনাৰ আদৰ্শৰে কাম কৰিব চৰকাৰেঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হৈয়ে বটদ্ৰৱা থানত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে দেখুৱাই যোৱা পথেৰে আমাৰ চৰকাৰখনে কাম কৰিবঃ ডঃ শৰ্মা। জুলাই মাহৰ পাঁচ-ছয় তাৰিখৰ পৰা হব বাজেট…
এইচ পি ভি ভেকচিনক লৈ তৎপৰ নগাঁও জিলা প্ৰশাসন
এইচ পি ভি ভেকচিনক লৈ নগাঁও জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সভা। ১৪-১৫ বছৰীয়া সকলো কিশোৰীক নিশ্চিন্তে প্ৰতিষেধক লবলৈ জিলা আয়ুক্তৰ আহ্বান।-HPV Vaccine Nagaon











