নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনকলৈ তৎপৰ বিজেপি
নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনকলৈ তৎপৰ বিজেপি। গৌৰৱ গগৈ-অখিল গগৈৰ মতলব হৈছে বিজেপিয়ে যি কৰিব সেই কামৰ ওলোটাটো কৰা।- Nagaon Lok Sabha By-Election
চামগুৰিৰ বৰমাত বন্যহস্তী খেদিবলৈ চলোৱা গুলীৰ অংশ লাগি দুজন আহত
চামগুৰিৰ বৰমাত বন্যহস্তীৰ তাণ্ডৱ। হাতী মানুহৰ সংঘাত ৰোধৰ বাবে বনকৰ্মীয়ে শূন্যলৈ কাৰ্টিছ গুলীচালনাৰ সময়ত কেইবাজনো আহত। -Man Elephant Conflict
নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হৰিশ শৰ্মা আৰু সতীশ শ্বাহ
নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ড সম্পৰ্কত পুনৰ দুজন আৰক্ষীৰ জালত। ধৃত অপৰাধী দুজনৰ নাম হৰিশ শৰ্মা আৰু সতীশ শ্বাহ।- Morikolong Dacoity Case
বহিঃজিলাৰ অপৰাধীয়ে খোপনি পাতিছে নেকি মধ্য অসমত?
ভাড়াঘৰ বিচাৰিও লুটপাতৰ পৰিকল্পনা গভাইত চোৰৰ। নগাঁও আৰক্ষীৰ তৎপৰতাত জালত সোণৰ গহণা চোৰৰ নেক্সাছ। নেক্সাছৰ মূল অভিযুক্ত সাত বাৰ জেলফেৰৎ কুখ্যাত চোৰক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ।-Nagaon Theft Nexus
বটদ্ৰৱা সত্ৰ পৰিচালনা সমিতিৰ বিশেষ সাধাৰন সভাত ঐতিহ্য সংৰক্ষণৰ বিশেষ পদক্ষেপ
জিলা আয়ুক্তৰ উপস্থিতিত বটদ্ৰৱা সত্ৰ পৰিচালনা সমিতিৰ বিশেষ সাধাৰণ সভা। ঐতিহ্য সংৰক্ষণৰ বিশেষ পদক্ষেপ, প্লাষ্টিক মুক্ত কৰাৰ সিদ্ধান্ত, সাংস্কৃতিক উপসমিতি গঠন।-Batadrava Than Heritage Conservation
কাৰ্বি আংলঙৰ শিলনি নদীত যুৱক সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ
কাৰ্বি আংলঙৰ শিলনি নদীত যুৱক সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ। এচ ডি আৰ এফৰ নিৰন্তৰ অভিযানৰ পিছত উদ্ধাৰ মৃতদেহটো । যুৱকজনৰ নাম ঋতিশ বৰা।-Karbi Anglong River Accident
মোৰ কণমানি সন্তানক এতিয়া কোনে চাব ? ডকাইতৰ আক্ৰমণত পত্নীৰ মৃত্যুত আৱেগিক চিকিৎসক স্বামী
ডকাইতৰ আক্ৰমণত নিহত ৰূপৰেখা ভূঞা শইকীয়াৰ মৃতদেহ আহি পোৱাৰ পিছতে মৰিকলঙত উত্তেজনা, ন্যায় বিচাৰি স্থানীয় মহিলাৰ পথ অবৰোধৰে প্ৰতিবাদ। আবেগিক স্বামীৰ ক্ৰন্দন।-Nagaon Robbery Murder
চাঞ্চল্যকৰ মৰিকলঙৰ ডকাইতিত জড়িত আন তিনি কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ, ভুক্তভোগী মহিলাৰ মৃত্যু
চাঞ্চল্যকৰ মৰিকলঙৰ ডকাইতি সম্পৰ্কত আন তিনিজনক গ্ৰেপ্তাৰ। সংবাদমেলত সদৰী কৰিলে জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে। চিকিৎসালয়ৰ বিচনাত মৃত্যু ভুক্তভোগী মহিলাৰ।- Morikolong Robbery Case
নগাঁৱত ‘কুঁহিপাঠ’ৰ ওপৰত প্রস্তুত কৰা কাৰ্টুন ভিডিঅ উন্মোচন জিলা আয়ুক্তৰ
নগাঁৱত 'কুঁহিপাঠ'ৰ ওপৰত প্রস্তুত কৰা কাৰ্টুন ভিডিঅ উন্মোচন জিলা আয়ুক্তৰ। আমি পৃথিবীৰ যতেই নেথাকো কিয় আমাৰ নিজৰ ভাষা-সংস্কৃতিক আপোন কৰি লব লাগিবঃ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা।- Kuhipath Cartoon Video
নীতি আয়োগৰ প্ৰতিবেদন প্ৰকাশ পালে দেশৰ শিক্ষা ব্যৱস্থাৰ দুৰাৱস্থাৰ ছবি
প্ৰকাশ পালে নীতি আয়োগৰ প্ৰতিবেদন। দেশৰ শিক্ষা ব্যৱস্থাৰ দুৰাৱস্থাৰ ছবি উন্মোচন।- School Education System in India
নগাঁৱত নৱম-একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ পঞ্জীয়নৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম
নগাঁৱত নৱম-একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ পঞ্জীয়নৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম। চৰকাৰী, ভেঞ্চাৰ, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ অবাধ লুণ্ঠনৰ অভিযোগ।-Nagaon School Registration Scam
ইতিহাস ৰচি নগাঁৱত শান্তিপূৰ্ণভাৱে সম্পন্ন নিৰ্বাচন
নিৰ্বাচনী হিংসা, ৰেগিঙৰ অভিযোগৰ সকলো অভিলেখ ভংগ কৰি নগাঁৱত শান্তিপূৰ্ণভাৱে সম্পন্ন নিৰ্বাচনৰ সকলো প্ৰক্ৰিয়া। নগঞা ৰাইজক কৃতজ্ঞতা জিলা আয়ুক্তৰ, জিলা প্ৰশাসন, আৰক্ষীৰ ভূমিকাৰ শলাগ ৰাইজৰ।- Nagaon Election 2026











